AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
Now Available - AssamKart PC App for Windows. Read Assamese eBooks on your Desktops and Laptops

eBook Categories

Last Visited

মুনা মদন (Muna Madan)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 40
Author লক্ষ্মী প্ৰসাদ দেবকোটা (Laxmi Prasad Devkota)
Translator  গীতা উপাধ্যায় (Gita Upadhyay)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS192
Email
Share on Google+
Description

মুনা মদনকাব্যখন কাহিনীৰ ফালৰপৰা বিশেষ বৈশিষ্টপূর্ণ বা শক্তিশালী বুলি কব নোৱাৰি৷ ই এক দুখান্ত প্ৰেম কাহিনী৷ কিন্তু ঝাউৰে ছন্দত লিখা এই কাহিনীক তেওঁ এনে এক বাস্তৱ পৰিস্থিতিৰ মাজেৰে দুখান্ত পৰিণতিলৈ লৈ গল যে আর্থিক শোষণত পিষ্ট দৰিদ্ৰ পাঠকৰ অনুভূতিবোৰ নায়ক নায়িকাৰ অনুভূতিৰ লগত একাত্ম হৈ পৰিল৷ মুনা মদন থিতাতে পাঠকৰ মন মুহি পেলালে আৰু অতি শীঘ্ৰেই নেপালী পাঠকৰ অতি প্ৰিয় কাব্যগ্ৰন্থ হৈ পৰিল৷

 

কবিয়ে নিজেও মুনা মদনকনিজৰ সকলো ৰচনাৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰিছিল৷ মৃত্যু শয্যাত থকাৰ সময়ত কথা প্ৰসঙ্গত তেওঁ এদিন কৈছিল৷ একমাত্ৰ মুনা মদনখন থৈ মোৰ বাকী সকলো ৰচনা পুৰি পেলাই দিলেও মোৰ দুখ নাথাকিব কাৰণ এইখনৰ মাজেদিয়েই মই জীয়াই থাকিম৷ নিজৰ সৃষ্টিৰ প্ৰতি কবিৰ এই গভীৰ বিশ্বাসক সময়ে সঁচা বুলি প্ৰমাণ কৰি দিলে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168