AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ড০ অমলেন্দু গুহৰ কবিতা আৰু গদ্য (Dr. Amalendu Guhar Kobita Aaru Gadya )

Rating: 0/5
Price of print book:₹ 200
Our Price:
₹ 170
Author
Editor  সবিতা লহকৰ (Sabita Lahkar)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP09
Email
Share on Google+
Description

ড০ অমলেন্দু গুহ

 

বিশিষ্ট সমাজবিজ্ঞানী, কবি-সমালোচক, দৰং কলেজ, পুনে গোখ্লে ইনষ্টিটিউট অব্ পলিটিক্স এণ্ড ইকনমিক্স, দিল্লী স্কুল অব্ ইকনমিক্স, কলিকতাৰ ইণ্ডিয়ান স্কুল অব্ ছছিয়েল ছায়েন্সজৰ প্ৰাক্তন অধ্যাপক, অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলন (গোলাঘাট) আৰু কবি সন্মিলন (শিৱসাগৰ)ৰ প্ৰাক্তন সভাপতি, বিশিষ্ট চিন্তাবিদ আৰু সাহিত্যিক পেঞ্চনাৰ৷ ড০ গুহৰ ‘Planter Raj to Swaraj’ এখন অত্যন্ত গুৰুত্বপূর্ণ গ্ৰন্থ৷ ব্ৰিটিছ যুগৰ অসম ইতিহাসৰ অনুৰাগী পাঠক আৰু গৱেষকৰ মাজত দীর্ঘদিন ধৰি সমাদৃত৷ ‘Medieval and Colonial Assam’ তেওঁৰ আন এখন বিশিষ্ট গ্ৰন্থ৷ মধ্যযুগৰ ইতিহাসৰ বিভিন্ন দিশৰ আর্থ-সামাজিক পটভূমিৰ সূক্ষ্ম পর্যবেক্ষণ আৰু বিশ্লেষণেৰে এই গ্ৰন্থত ড০ গুহদেৱে বহুবোৰ নতুন দিশ উন্মোচন কৰিছে৷ প্ৰগতিশীল বাওঁপন্থী চিন্তাধাৰাৰে চালিত ড০ গুহই বিভিন্ন সময়ত সামাজিক-ৰাজনৈতিক সমস্যাসমূহৰ বিশ্লেষণ আৰু সমাধান সূত্ৰ আগবঢ়াই তেওঁৰ তীক্ষ্ন-মেধা আৰু বিশ্লেষণী শক্তিৰ পৰিচয় দি আহিছে৷ পত্নী বিশিষ্ট লেখিকা ড০ অনিমা গুহৰ সৈতে গুৱাহাটী উলুবাৰীৰ এ টি ৰোডত বাস কৰা ড০ গুহ শাৰীৰিকভাৱে সম্প্ৰতি কিছু দুর্বল যদিও এই ৮৬ বছৰ বয়সতো প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী৷ তদুপৰি প্ৰতিটো অর্থনৈতিক-সামাজিক-ৰাজনৈতিক বিষয়ত তেখেত সক্ৰিয়ভাৱে অবহিত৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168