AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

উন্মিলীৰ পৃথিৱী (Unmilir Prithiwi)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 40
Author ড০ পৰমানন্দ ৰাজবংশী (Dr. Paramananda Rajbangshi)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP07
Email
Share on Google+
Description

- আপুনি এতিয়া আমাৰ লগত বলক৷ উন্মিলীয়ে মাতিছে৷ এজনে কলে৷

গৌতমে ভিতৰ সোমাই পেন্ট-চার্টযোৰ পিন্ধি ললে৷

- এই ৰাতি উন্মিলীয়ে মাতিছে? তাইৰ কিবা হৈছে নেকি? কোনোবা এজনে টানকৈয়ে কলেআপুনি বলকচোন৷ গলেই দেখিব নহয়৷

গৌতমে কাকো চিনি পোৱা নাই৷ এন্ধাৰত সিহঁতৰ মুখবোৰ অস্পষ্ট৷ প্ৰায় সাতজনমান ডেকা লৰা হব৷ গৌতমে এন্ধাৰতেই সিহঁতক অনুসৰণ কৰিলে৷

সিহঁতে পৰস্পৰে নিজা ভাষাত কথা পাতিছে যদিও গৌতমে বুজি পোৱা নাই৷ মাজতে এজনে সুধিলেআপুনি কেতিয়া যাম বুলি ভাবিছে?

- দুই-এদিনতে যাম৷ গৌতমে উত্তৰ দিলে৷

- উন্মিলীকো লগত নিব নেকি?

গৌতম এইবাৰ অপ্ৰস্তুত হল৷

- তাইক মই কিয় নিম?

- কিয়, পাহাৰৰ বস্তু খাবলৈ ভাল, নিবলৈ বেয়া নেকি?

গৌতমে একো প্ৰত্যুত্তৰ নিদিলে৷ ইহঁতৰ মতলব ভাল নহয় যেন লাগিল৷ এজনে ধমকি দিলেউত্তৰ নিদিয়ে কিয়?

- ছাল্লা, কি উত্তৰ দিব সি? স্পাই৷ কোনোবা এজনে তাক গতিয়াই দিলে৷ গৌতম কর্ফাল খাই মাটিত পৰি গল৷ কোনোবাই যেন মূৰত গধুৰভাৱে আঘাত কৰিছে৷

গৌতমে যন্ত্ৰণাত চিৎকাৰ কৰি উঠিল৷

ইয়াৰ পিছত গৌতমে একো কব নোৱাৰে৷

ওচৰৰ গছত থকা নিশাচৰ চৰাইকেইটামান ভয়ত উথপথপ লগাই উৰি গল৷

 

 

শ্ৰীময়ীৰ পাতত ধাৰাবাহিক ভাৱে প্ৰকাশ হোৱা ড০ পৰমানন্দ ৰাজবংশীৰ কাৰ্বি আংলঙৰ পটভূমিত ৰচনা কৰা উপন্যাস৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous