AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

হাও দ্য ষ্টীল ৱায্ টেম্পাৰড (How The Steel Was Tempered )

Rating: 0/5
Price of print book:₹ 75
Our Price:
₹ 60
Author মূলঃ নিকোলাই অষ্ট্ৰভস্কি (Nikolai Ostrovsky)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP41
Email
Share on Google+
Description

হাও দ্য ষ্টীল ৱায্ টেম্পাৰড (How The Steel Was Tempered )

মূলঃ নিকোলাই অষ্ট্ৰভস্কি (Nikolai Ostrovsky)

ভাবানুবাদ- চেনিচম্পা মহন্ত

 

যোৱাটো শতিকাৰ শেষৰ ফালে ছোভিয়েট ৰাছিয়াৰ পতন হলেও শতিকাটোৰ অত্যন্ত গুৰুত্বপূর্ণ ৰাজনৈতিক সংঘটনো আছিল জাৰৰ শাসন ওফৰাই ছোভিয়েট ৰাছিয়াৰ গঠন কৰা৷ লেনিনৰ নেতৃত্বৰ মার্ক্সবাদৰ সফল প্ৰয়োগ হৈছিল ৰুছ গণৰাজ্যত৷ এই বিপ্লৱৰ সময়তে এটা ১৩ বছৰীয়া লৰা বলছেভিক দলৰ সদস্য হৈ যুদ্ধত জড়িত হৈছিল আৰু নতুন ৰাছিয়াৰ গঠনত নিজকে নিয়োজিত কৰিছিল৷ যুদ্ধত তেওঁৰ শৰীৰ ক্ষত-বিক্ষত হৈ পৰিছিল, বিশ বছৰতে তেওঁ হৈছিল অন্ধ৷ তেওঁৰ জীৱনৰ সচাঁ কাহিনীৰ মাজেৰে ছোভিয়েট ৰাছিয়াৰ সেই সময়ৰ অস্থিৰতা তুলি ধৰা নিকোলাই অষ্ট্ৰভস্কিৰ এই কিতাপখনৰ শিশু-কিশোৰৰ উপযোগীকৈ অনুবাদ কৰিছে চেনিচম্পা মহন্তই৷ এনে এখন কিতাপ পাঠ্যক্ৰমত অন্তর্ভুক্ত হলে আমাৰ কিশোৰসকল জীৱন যুঁজত নামিবলৈ অনুপ্ৰাণিত যে হব সেয়া ধুৰুপ৷

 

 

দিগন্ত ওজা  

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...