Rating: 0/5
Our Price: ₹ 60 |
|
||||||||||||||||
|
নিজৰ অনন্য আৰু বিকল্পহীন ৰচনাৰীতি আৰু বিষয়বস্তুৰ বাবে হৰেকৃষ্ণ ডেকাৰ লেখা অসমীয়া সাহিত্যত অমূল্য। গদ্য-পদ্য উভয় বিষয়তে সমান দক্ষতাৰে বিচৰণ কৰা ডেকাৰ প্ৰেমৰ কবিতা তেওঁৰ বিশেষত্বৰ অন্য এক সূচক। অভিজ্ঞতাৰ ব্যাপ্তি আৰু বিস্তৃতিয়ে এক পূৰঠ আৰু ঘনবদ্ধ ৰূপ দান কৰা ডেকাৰ প্ৰেমৰ কবিতাই অসমীয়া প্ৰেমৰ কবিতাৰ ধাৰাটোকে দান কৰিছে অন্য এক আয়তন। অভিজ্ঞতাৰ পৰপিূণৰ্তা আৱেগ মথিত কথকতা আৰু এক প্ৰাজ্ঞ দৃষ্টিৰ ফচল হৰেকৃষ্ণ ডেকাৰ প্ৰেমৰ কবিতাৰ স্পৰ্শ আলফুলীয়া নহয়, বৰং দাগ কাটি যাব পৰাকৈ তীক্ষ্ন আৰু ৰৈ-বৈ যোৱা। এনে কেইটিমান হৃদয়দ্ৰাৱী কবিতাৰেই সংকলন ‘মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য’।
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |