Rating: 0/5
Our Price: ₹ 120 |
|
||||||||||||||||
|
প্ৰবন্ধ লিখক হিচাপে ময়ূৰ বৰা এক জনাজাত নাম৷ তেওঁৰ সুচিন্তিত লিখনিসমূহে বিভিন্ন দিশত আলোকপাত কৰাৰ লগতে আপোনাক ঘটনাবোৰৰ ভিতৰলৈও চাবলৈ সহায় কৰে৷ তেওঁৰ আন জনপ্ৰিয় প্ৰবন্ধ সংকলনৰ দৰেই এইখন ই-বুকো পঢ়ুৱৈয়ে আদৰি লৈছে৷ এই ই-বুক খনত অন্তৰ্ভুক্ত কৰা কেইটামান প্ৰবন্ধ হ’ল -
‘অসমীয়া মানুহে যেতিয়া অবাবতে হিন্দী কয়’, ‘ব্যক্তিত্ব সন্মোহনী শক্তিঃ ভূপেন হাজৰিকা বনাম শ্বাহৰুখ খান’, ‘পাণবজাৰত মহাপুৰুষ শংকৰদেৱক বিচাৰি...’, ‘নগৰীয়া মধ্যবিত্তৰ জীৱনৰ কেইটামান খণ্ডচিত্ৰ’, ‘ডিভোর্চৰ কেক্’, ‘কিতাপ পঢ়াৰ অভিজ্ঞতা আৰু আনন্দঃ এৰিক্ চেগেলৰ ‘দ্য ক্লাছ’’, ‘প্ৰাক্-তৰুণৰ যৌনতাক লৈ সভ্য সমাজৰ ভণ্ডামি’ ইত্যাদি৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |